Click adila ads

সৌৰজগতৰ বিষয়ে কেইটামান প্ৰশ্নৰ উত্তৰ্ জানো আহক । Soler system bikhoye kisu Questions and Answer/Known about our solar system .

 



 *সৌৰজগতৰ বিষয়ে কেইটামান 
প্ৰশ্নৰ উত্তৰ্ জানো আহক ।

Known about our Solar system with Questions and answer 

১/...পৃথিৱীৰ পৰা সূৰ্য ৰ দূৰত্ব কিমান?

           উত্তৰ :-পৃথিৱীৰ সূৰ্যৰ পৰা সাধাৰিত দূৰত্ব প্ৰায় ১৪৯.৬ মিলিয়ন কিলমীটাৰ।


1 .What is the distance of the Sun from the Earth?

                Answer:The Earth's average distance from the Sun is about 149.6 million km.


২/..সূৰ্যৰ ৰশ্মি পৃথিৱীত আহিৱলৈ কিমান সময় লাগে?

           উত্তৰ :-সূর্যৰ ৰশ্মি পৃথিৱীত আহিবলৈ প্ৰাথমিকভাৱে সময় লাগে প্ৰায় ৮ মিনিট ১৬"ছেকেণ্ড"।

2. How long does it take for the sun's rays to reach the Earth?

           Answer: It takes about 8 minutes and 20 seconds for the sun's rays to reach the Earth.


৩/সূৰ্য পৰিধি কিমান ?

             উত্তৰ্:- সূৰ্য পৰিধি প্রায় ৯৬.৪ মিলিয়ন মাইল (১৫৪.৯ মিলিয়ন কিলমিটা)।


3. What is the circumference of the Sun?

           Answer: The Sun has a circumference of about 96.4 million miles (154.9 million km).


৪/সৌৰজগতত কিমান টা গ্ৰহ আছে?

          উত্তৰ্ :- ৮ টা গ্ৰহ আছে।


4. How many planets are there in the solar system? 

             Answer: There are 8 planets.


৫/সৰু গ্ৰহতোৰ নাম কি ?

         উত্তৰ্ :-সৰু গ্ৰহৰ নাম "বুধ"।


5. What is the name of the small planet?                   Answer: The name of the small 

                                 planet is Mercury.


৬/আতাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

          উত্তৰ্ : বৃহস্পতি ।


6. What is the name of the largest planet?         

           Answer: Jupiter.


৭/গ্ৰহ কেইটা আছে?

           উত্তৰ্ : ৮টা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি গ্ৰহ, ইউৰেনাছ, আৰু নেপচুন ।


7 / Which planet is there?

   Answer: There are eight planets: Mercury, Venus, Earth, Mars, Jupiter, Saturn, Uranus and Neptune respectively.


৮/সূৰ্যৰপৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম

             উত্তৰ—সূৰ্যৰপৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হৈছে নেপচুন।


8. The name of the planet farthest from the Sun?

        Answer: The planet farthest from the North Sun is Neptune.


৯/সৌৰজগতত আতাইতকৈ ঠাণ্ডা গ্ৰহটো কি?

              উত্তৰ্ :- সৌৰজগতত আতাইতকৈ ঠাণ্ডা গ্ৰহটো "নেপচুন"..।


9. What is the coldest planet in the solar system?

            Answer: The coldest planet in the Solar System is Neptune.


১০/সৌৰজগতৰ ৰঙা গ্ৰহটো নাম কি

              উত্তৰ্ :-সৌৰজগতৰ ৰঙা গ্ৰহটো নাম হৈছে "মঙ্গল গ্ৰহ"।


10. What is the name of the red planet in the solar system?

             Answer: The red planet in the Solar System is called Mars.


১১/ পৃথিৱীৰ ওপ গ্ৰহতোৰ নাম কি ?

                    উত্তৰ :- পৃথিৱীৰ ওপ গ্ৰহতোৰ নাম হৈছে চন্দ্ৰ ।


১২/# গ্ৰহ মানে কি বুজো ? 

            Answer:- নিজৰ কক্ষপথত থাকি সৌৰজগতৰ চাৰিওফালে ঘুৰি থাকে। অতীজৰে পৰা বিশ্বব্ৰহ্মাণ্ডত বিশ্বব্যাপী গ্ৰহ পৰিচিত আছিল। প্ৰাচীন কল্পনা আৰু সাধাৰণ জ্ঞানৰ দ্বাৰা এই গ্ৰহবোৰক চমুকৈ প্ৰাকৃতিক দৃষ্টিৰ অংশ বুলি গণ্য কৰা হৈছিল। গ্ৰহৰ নিজা পোহৰ আৰু তাপ নাথাকে । গ্ৰহবোৰ নক্ষত্ৰৰ তুলনাত বহু গুণে আকাৰত সৰু। বিজ্ঞানৰ বিকাশে গ্ৰহবোৰৰ প্ৰাকৃতিক স্বাভাৱিকতা আৰু ধৰ্ম উন্মোচন কৰিলে আৰু সম্পূৰ্ণ দৃষ্টিগোচৰ হোৱা গ্ৰহবোৰক এতিয়া গাণিতিক আৰু পৰিমাণীকৰণ যোগ্য জগতখনৰ অংশ হিচাপে গণ্য কৰা হৈছে । আধুনিক গৱেষণাৰ ফলস্বৰূপে আমি এতিয়া সম্পূৰ্ণৰূপে আমি জানিৱ পাইছো যে সৌৰজগৰত কিমান গ্ৰহ আছে আৰু ইয়াৰ সকলোৰে বেলেগ বৈশিষ্ট্য আছে। সৌৰজগত মূলতঃ ইয়াক সূৰ্য্যকে ধৰি চাৰিটা অংশত ভাগ কৰা হৈছে প্ৰথম ভাগত মংগল, বুধ, শুক্ৰ, বৃহস্পতি, দ্বিতীয় ভাগত পৃথিৱী আৰু পৃথিৱীৰ চন্দ্ৰৰ চাৰিটা অংশ,তৃতীয় ভাগত সেউজীয়া গ্ৰহ যেনে বৃহস্পতি আৰু বৃহস্পতিৰ চাৰিটা উপগ্ৰহ, আৰু চতুৰ্থা ভাগত অক্ষ আৰু অক্ষৰ উপগ্ৰহ। অৱশ্যে এই পৰিমাণ নিৰ্দিষ্ট নহয় আৰু বৃদ্ধি সময়ে সময়ে হৈ থকা দেঁখা যায় । প্ৰতিবাৰেই নতুন নতুন গ্ৰহ আৱিষ্কাৰ হৈ আমাৰ জ্ঞানৰ সম্প্ৰসাৰণ ঘটিছে। এই সমস্যা সমাধানৰ বাবে নাছা আৰু বিভিন্ন বৈজ্ঞানিক প্ৰতিষ্ঠানে বিস্তৃত গৱেষণা কাৰ্যসূচী চলাই আছে আৰু চলাই থাকিব। 


১৩/*নক্ষত্ৰ বুলিলে আমি কি বুজো চমুকৈ জানো আহক:-

               Answer:-    নক্ষত্র হল আকাশৰ নির্দিষ্ট এক স্থানত থকা আলোকগ্রহ । মানুষ্য পৃথিৱীত থাকি আকাশত চাই জ্বলি থকা বা তিৰ বিৰাই থকা দেখো সেইবোৰকেই নক্ষত্ৰ বুলি জানা যায় । নক্ষত্ৰ বোৰ পৃথিবীৰ পৰা বহু দুৰত অবস্থিত। সকলো নক্ষত্রৰ এটি নির্দিষ্ট স্থান আছে । নক্ষত্ৰ বোৰৰ নিজা পোহৰ আৰু তাপ আছে যেনে সূৰ্য ,তৰা আৰু তৰা মণ্ডলত থকা অলেখ । নক্ষত্রবোৰ গ্ৰহৰ তুলনাত বহু গুণে আকাৰত ডাঙৰ । সদায় দেখী থকা সূৰ্যৰ আকাৰ পৃথিৱীৰ তুলনাত কেইবা হেজাৰ ডাঙৰ আৰু ইয়াৰ দূরত্ব পৃথিৱীৰ পৰা প্রায় ৯৩ মিলিয়ন মাইল। সূৰ্যৰ বাহিৰে আমি অন্য নক্ষত্ৰবোৰক ভাল দৰে খালী চকুৰে মনিৱ নুৱাৰু সেইয়েহে বিভিন্ন প্রযুক্তি ব্যবহাৰ কৰি যেমন টেলিস্কোপ আদি যন্ত্ৰ দ্বৰা চালেহে ভালকৈ দেখোঁ ।


            ১৪/ দিশ প্ৰধানকৈ কেইটা ?

              উত্তৰ :-দিশ প্ৰধানকৈ চাৰিতা ।


১৫/দিশ কেইটাৰ নাম কি কি ?

উত্তৰ :(ক) পুৱ (খ) পশ্চিম (গ)উত্তৰ আৰু

             (ঘ)দক্ষিণ ।


             ১৬/সূৰ্যক আৰু কি কি নামেৰে জনা যায় ?

                  উত্তৰ :-বেলি,দিৱাকৰ ,দিনবন্ধু সৌৰভ

                                আদি নামে জনা জা্য।


১৭/ৰামধেনুৰ ৰং কেইটা আৰু কি কি ?

উত্তৰ :ৰামধেনুৰ ৰং হৈছে ৭টা (ক) ৰঙা ৰং

        (খ) নীলা ৰ্ং (গ)বেঙুনীয়া ৰং (ঘ) সুমথিৰা

         (ঙ) হালধীয়া (চ)ঘন নীলা বা কলপতীয়া

           আৰু (ছ)সেউজীয়া ...


           ১৮/চন্দ্ৰৰ নিজা পোহৰ আছে নে ? 

               উত্তৰ :- চন্দ্ৰৰ নিজা পোহৰ নাই।


১৯/ৰামধেনু কিয় আৰু কেতিয়া দেখা যাই ?

উত্তৰ : ৰামধেনু সাধাৰণতে দিনৰ ভাগত বৰষুণৰ শেষত দেখা পোৱা যায় । 

যেতিয়া বৰষুণ পৰি শেষ হয় তেতি্য়া সূৰ্য ৰশ্মি মেঘৰ ফাকেৰে আহোতে মেঘত থকা পানীৰ কণিকাৰে পাৰ হযওতে জিলিকি বিভিন্ন ৰংঙৰ সৃষ্টি হয তেতিয়াই ৰামধেনুৰ আকাৰ লয়।


২০/ প্ৰতি দিনে চন্দ্ৰৰ আকাৰ কিয় সলনি হয় ?

উত্তৰ :- আচলতে চন্দ্ৰৰ আকাৰ সলনি নহয় , পৃথিৱীৰ চাৰিওফালে চন্দ্ৰটোবে ঘুৰি থকাৰ কাৰণে আমি ইয়াৰ আকৰ প্ৰতিদিনে সলনি হোৱা দেখা পাওঁ।


No comments

Powered by Blogger.