Click adila ads

প্ৰিয়া । ৰোমান্টীক অসমীয়া আধুনিক কবিতা। New Assamese poem/ আপুনি পঢ়িলে নে. Priya Assamese poem

 ১/ ... কবিতা.....

............প্ৰিয়া...........


তুমি মোৰ মৰমৰে প্ৰিয়া.....। 

      মুকলি আকাশৰে চিলা ।

           তুমি উৰি উৰি ফুৰা পখিলা ....।

                 মোৰে হ্নিদয়ৰে মৌ চুহিলা ।

           ৰঙা নীলা তুমি চিলা ...।

      আকাশতে উৰি উৰি কৰা খেলা ।

....তুমি মোৰ মৰমৰে প্ৰিয়া ।

মুকলি আকাশৰে চিলা ......।




             জাজি নৈ পাৰতে 

         পানছৈ ঘাততে 

      উমলিছিলো তুমি আৰু মই

   ও জাজি নৈ পাৰতে 

  লৰালি কালতে  

    উমলিছিলো তুমি আৰু মই

      এতিয়া তুমি দুৰণি হলা 

         থাকিৱ নোৱাৰু পাহৰি  তুমাকে ঐ





তুমি মোৰ মৰমৰে প্ৰিয়া..... 

      মুকলি আকাশৰে চিলা 

          তুমি উৰি উৰি ফুৰা পখিলা ....

              মোৰে হ্নিদয়ৰে মৌ চুহিলা 

                  ৰঙা নীলা তুমি চিলা .....।






শৈসৱত খেলিছিলা  

    খেদি খেদি পখিলা ...।

        যৌৱনত ভৰি দি খেলিছা এতিয়া

           প্ৰেমৰে লিলা ...।

              মোৰে মৰমক পাহৰি 

                এতিযা তুমি...

                   আনৰে নহবা... .

                      তুমি মোৰ মৰমৰে ....







              তুমি মোৰ মৰমৰে প্ৰিয়া.....

           মুকলি আকাশৰে চিলা  ।

       তুমি উৰি উৰি ফুৰা পখিলা ....

    মোৰে হ্নিদয়ৰে মৌ চুহিলা 

ৰঙা নীলা তুমি চিলা ...........।


Written by :-Binod Doloi




২/...........কবিতা ..........

.......কেঁচা কলিজা ........


কেঁচা কলিজা খন

ধপিংঙ ধপিংঙ কৰে

চেনাই ধন...,

তুক পাৱলে জাননে মোৰ

ৱলি্যা যৌবন .......।

পাখি মেলি উৰে মণ

বিছাৰে ঘনে ঘন.....,

নাপওঁ বুলি ভাবিলে

লাগে মৰুঙ মৰঙ মন....,

নাপওঁ বুলি ভাবিলে

লাগে মৰুঙ মৰঙ মন....।


কেছা কলিজা খন

ধপংঙ ধপংঙ কৰে

মোৰে চেনাই ধন.......।

তুক পাৱলে জানানে মোৰ

বলিযা যৌবন ......

তুক পাৱলে জানানে মোৰ

বলিযা যৌবন ......।




ঢোল বাজে পেপা বাজে বাজে গগণা

তুৰ ভাৱনাতে ৱাহে মনৰ কামনা ...

ঢোল বাজে পেপা বাজে বাজে গগণা

তুৰ ভাৱনাতে ৱাৰহে মনৰ কামনা

বুকুত ফুলিলে হেজাৰ সপোন

নাভাগিৱা চেনাই ঐ...

কুমল মনৰ দাপোণ

নাভাগিৱা চেনাই

কুমল মনৰ দাপোণ ......।




..কেছা কলিজা খন

ধপংঙ ধপংঙ কৰে

মোৰে চেনাই ধন.......

তুক পাৱলে জানানে মোৰ

বলিযা যৌবন ......।





পিয়াশি যৌবনৰে

এজাক মিঠা বৰষুন......

কাষলে আহিলে

হৱ মৰম সোণালী আঘোণ .....

জোনাকেও জুৰিৱ

মিঠা মিঠা গান ...

তুকে পাহৰি থাকাই

ৱহু টান .... ।




কেছা কলিজা খন

ধপংঙ ধপংঙ কৰে

চেনাই ধন.......

তুক পাৱলে জানানে মোৰ

বলিযা যৌবন ...... ।

পাখি মেলি উৰে মণ

বিছাৰি ঘনে ঘন.....

নাপও বুলি ভাবিলে

লাগে মৰুঙ মৰঙ মন......

নাপও বুলি ভাবিলে

লাগে মৰুঙ মৰঙ মন...... ।



লিখাক :- বিনোদ দলৈ



৩/ কবিতাৰ.......


.......মইনা ......



অ মইনা অ মইনা

তুক দেখিলে

মন যাই মোৰ

সজৱলে কইনা ....।



পকেট'ত নাই চোন

এটি ফুটা ক'ৰা

কিদৰে খোৱাম পিন্ধাম

তুকেহে মইনা ..

তকে ভাবি ভাবি

বাঢ়িছে মনতে চিন্তা ।



অ মইনা অ মইনা

তুক দেখিলে

মন যাই মোৰ

সজৱলে কইনা ....।



চাকৰি কৰিবলেও

নাই কোনো ডিগ্ৰি

খেতি কৰিবলেও

নাই মাটি বাৰি ..

ঘৰ বুলিবলে

আছে এটি ভগা পজা..

তাতো অকৌ নাই

শুৱলে বিছনা....।



অ মইনা অ মইনা

তুক দেখিলে

মন যাই মোৰ

সজৱলে কইনা ....।




Written by Binod Doloi


www.Assamesekobitabur.site

No comments

Powered by Blogger.