Click adila ads

হাততেই বন্ধুক লৈ। ভন্তী তুমি মেট্ৰিক ফেইল। কবিতা ।Hatote Bandhuk Loi /Vanti Tumi Metric Fail/ Assamese poem



........ কবিতা.......

হাততেই বন্ধুক লৈ ।


হাততেই বন্ধুক লৈ 

ডিউটি কৰো মই

জম্মু কাশ্মীৰত 

মোবাইলত নাথাকে নেটৱৰ্কক 

তোমাৰ যে খবৰ নাপাওঁ সময়ত 

দুচকুত দুধাৰি চকুলো বাগৰে

অকলেই অকলে নিজানত

হাততেই বন্ধুক লৈ .....


এইবাৰ বিহুতে চুটি লৈ

ভাবিছো যাম ঘৰলৈ 

বিহুৰে তলিতে গৈ

তুৰে সৈতে বিহু নাচিম গৈ

নাজানো ভবা কথা 

হয়নে নহয় সিদ্ধি

কৰিছো যে মই সৈনিক চাকৰি ,

জীৱনৰ নাই যে কোনো গেৰান্টি

অ হাততে বন্ধুক লৈ 

ডিউটি কৰো মই

জম্মু কাশ্মীৰত 

মোবাইলত নাথাকে নেটৱৰ্কক 

তোমাৰ যে খবৰ নাপাওঁ সময়ত ।


দেশৰ জনগণৰ সুখৰ বাবে 

ফুৰিছো সংসাৰ মায়া এৰি বনে বনে

নিজৰ সুখ এৰি আনৰ সুখত হাঁহি 

থাকো নিজৰ মনকে বান্ধি 

যৌৱন যায় জীৱনৰ ও যায় 

সময় যায় উৰি 

আৰু উৰি যায় আশাবোৰ পাখি মেলি ।

............

আৰু আধীক পঢ়িবলৈ মোক follow কৰিব/


Written by Binod Doloi 

Www.Assamesekobitabur.site




...,......... poem.2........

ভন্তী তুমি মেট্ৰিক ফেল 


.......... ল'ৰা.........

অ ভান্তি কিংলিং কিংলিং বাজে জানা 

চাইকেলৰে বেল 

বেছি লেবেল নিদিবি

তই যে মেট্ৰিক ফেল....,

হাততে ডাঙৰ ডাঙৰ মোৱাইল ফোন লৈ

ফুটা-নুফুটা কৰি ইংৰাজী কৈ

পাইতাৰ মাৰি ফুৰিছা

গোতেই গাওঁত ঐ.....,

.....অ ভান্তি কিংলিং কিংলিং

.অ ভান্তি কিংলিং কিংলিং বাজে জানা 

চাইকেলৰে বেল 

বেছি লেবেল নিদিবি

তই যে মেট্ৰিক ফেল....।



......rep...

অ ভান্তি মুৰত মাৰিছা বেন 

হাই হাই ডিঙিত পিন্ধিছা চেন 

গাৱাৰে হে ছোৱালী টাৱনিয়া হৱ গৈ 

style fashion দেখোৱাব গৈ

পিন্ধিছ তই...

..অ ভান্তি .অ ভান্তি   

ফুটা ফুটি জিনচ্ পেন ...ও ইহ ....।



............ ল'ৰা........

অ মোৱাইলত দেখি দেখি 

নিজকে সলাই ললি...

মেখেলা চাদৰ এৰি 

জিনচ্ তপ পিন্ধিলি...,

অ মোৱাইলত দেখি দেখি 

নিজকে সলাই ললি...

মেখেলা চাদৰ এৰি 

জিনচ্ তপ পিন্ধিলি...,

অ ভান্তি ঐ অ ভান্তি ঐ.....

গাওঁতে থাকিও তই

নিজকে টাউনিয়া বুলি 

ভাৱি ললি ....,

.....অ ভান্তি কিংলিং কিংলিং

.অ ভান্তি কিংলিং কিংলিং বাজে জানা 

চাইকেলৰে বেল 

বেছি লেবেল নিদিবি

তই যে মেট্ৰিক ফেল....,।


.......ৰেপ.....

অ ভন্তি টাউনলে গৈ  

চাওমিন ম'মৰ 

সোৱাদ ললি

 অ ভন্তি চিলি চিকেন তন্দুৰি ও

 খাৱলে ললি

 অ ভান্তি অ ভান্তি ...

 গাওঁৰে হে চুঙা পিঠা তিল পিঠা ঘিলা পিঠাক

 তই অ তই অ..পাহৰি গলি....... 

 

............ ল'ৰা..........

অ ভন্তী ফেচন দেখাই ফুৰিলে নহৱ 

পঢ়া-শুণাও লাগিব

গাওঁৰে ছোৱালী বোকা পানী গচকি

ৰুৱ-বোৱা কটাই চিলাই ও জানিব লাগিৱ  

অ ভান্তি ঐ অ ভান্তি ঐ....

নহলে কেইদিন পিছত 

চকু থাকিও তই কণা হৱ লাগিৱ ....

.....অ ভান্তি কিংলিং কিংলিং

.অ ভান্তি কিংলিং কিংলিং বাজে জানা 

চাইকেলৰে বেল

বেছি লেবেল নিদিবি

তই যে মেট্ৰিক ফেল....।



.....ছোৱালী.......


অ দাদা কিংলিং কিংলিং

.অ দাদা কিংলিং কিংলিং বাজে জানো

চাইকেলৰে বেল 

কাকো দিযা নাই মই

একো লেৱেল ..

ৰুৱ-বোৱা কটা চিলাই 

(ঘৰৰ কাম কাজ )

সকলো জানো মই

সময়ৰ সুতে সুতে

খোজতে খোজ মিলাই

চলিৱ ও যে জানো মই...


..........লৰা........


....অ ভান্তি কিংলিং কিংলিং

.অ ভান্তি কিংলিং

 কিংলিং বাজে জানা 

চাইকেলৰে বেল 

বেছি লেৱেল নিদিবি

তই যে মেট্ৰিক ফেল....।


FAQ

যদি আপুনি কবিতা বোৰ পঢ়ি ভাল পাইছে তেনেতেহলে কমেন্ট কৰি জনাব লৈ নাপাহৰিব।

আৰু এনেকৈয়ে কবিতা পঢ়ি কাৰণে মোক ফআ  কৰিব নাপাহৰিব।


Written by Binod Doloi 

www.assamesekobitabur.site

No comments

Powered by Blogger.