Click adila ads

Assamese to English word learn/অসমীয়াত শিকো আহক ইংৰাজী শব্দ উচ্চাৰণ।/ Axomia pora English language khiku ./ইংৰাজী শব্দ-/অসমীয়া শব্দ উচ্চাৰণ

 ইংৰাজী শব্দ অসমীয়াত শিকো আহক :-



ইংৰাজী শব্দ---------- অসমীয়া শব্দ উচ্চাৰণ ।

Sentence ----- (ছেণ্টেচ  )---=  বাক্য ।

Food ------------- (ফুড  ) -----= খাদ্য /।

Nature ------- (নেটছাৰ)----= প্ৰকৃতি ।

Smell --------- (এছমেল)---- = ঘ্ৰাণ ।

Faded--------- (ফেড)----------= ম্লান/ৰ্চবি ।

Trouble------- (ট্ৰোবল)------= ক্লেশ্ব ।

Fever----------(ফিভাৰ)        =জ্বৰ /বেমাৰ ।

God-------------(গ'ড)--------=ভগৱান/ঈশ্বৰ ।

Sick -----------(চিক )----------= ৰুগ্ন।

Skilled -------(স্কিল্লড )-----=পাৰ্গত/পাকৈত ।

Soul-------------(সৌল --------= আত্মা /অন্তৰ।

Birth ------ --(ব্ৰাথ) ---------= জন্ম ।

Fool -----------(ফুল)------------=মূৰ্খ ।

Hibiscus 🌺 -- (হিবিস্কাছ)-- --=ৰক্তজবা ফুল ।

Spy -------------(স্পাই).........=গুপ্তচৰ। 

South Pole (ছাউথ প'ল)----=দক্ষিণ মেৰু।

Northen Hemisphere ..(নৰ্থথেন হিমিস্ফেৰে)=উত্তৰ গোলাৰ্দ্ধ ।

Naked Truth ...( নকেড ট্ৰুথ)....= নগ্ন 

Old Man....(অল্ড মান)..............= বৃদ্ধ লোক ।

Black Sea ........(ব্লেক চি)...........=কৃষ্ণ সাগৰ ।

High Ambition .....(হায় অম্বিচন).=উচ্চ আকাংক্ষা ।

Faithful Servants .(ফাইটফু চাৰভেনট)=বিশ্বাসী লগুৱা ।

Trifling Matter ...(ট্ৰিফলিং মেটাৰৰ)...=তুচ্চ কথা।

Hot Air ..........(হত এয়াৰ).......=উষ্ণ বায়ু।

National Rising ..(নেশ্যনেল ৰিছিং)--=জাতীয় উত্থান ।

Wicked Nature... (ৱিকেদ নেচাৰ)...=দুষ্ট প্ৰকৃতি ।

Blind Man....(ব্লাইণ্ড মেন)......=অন্ধ মানুহ।

Fruitless Effort ....(ফ্ৰুইতলেচ ইফ্ৰৰট)..=নিষ্ফল চেষ্টা।

Fickle Minded Girl ...(ফিকলে মাইণ্ডেড গ্ৰল)=চঞ্চল ছোৱালী।

Bright Star .......(ব্ৰাইথ এছতাৰ)....=উজ্জ্বল তৰা।

Well Behaved Student.(ওৱেল বিহেভদ এছটুডেন্ট)...=শিষ্টাচাৰী ছাত্ৰ।

Latest Invention ..(লেটেষ্ট ইনভেঞ্চন)..=শেহতীয়া আৱিষ্কাৰ।

Long sentence.....


1/ এ ৰ্লানড মেন ইচ হোৰ্নাড এভৰিউৱেৰ ।
A learned man is honoured everywhere.
বিদ্যাবানে  সকলোতে সন্মান পায়।

2/ওৱাট ইচ ইয়ৰ  নেম ?
What is your name?
তোমাৰ নাম কি?

3/ দি চৌল ইচ ইম মৰটেল।
The Soul is immortal.
আত্মা অমৰ।

4/দি মেন ইচ ভেৰি টায়াদ।
The man is very tired 😴.
মানুহজন বৰ ক্লান্ত/ ভাগৰুৱা।

5/ভিলেজাৰছ আৰ ৰ্হাদ ওৱৰকিংঙ।
Villagers are hard working.
গা‍ঁৱৰ মানুহ পৰিশ্ৰমী।

6/ড'নত আৰগু ইউছলেছলি ।
Don't argue usulessly/ unnecessary.
বৃথা তৰ্ক নকৰিবা  ।

7/দি ৰিপ্ৰেচেনটেটিভচ  হেভ এৰাইভদ।
The representatives have arrived.
প্ৰতিনিধিসকল আহি পালেহি ।

8/আইদেলনেছ ইচ দি ৰোফ অফ অল ইভিলচ।
Idleness is the roof of all evils.
আলস্যই/ এলাহে সকলো আপদৰ মূল ।

9/ এচ ইউ ছও , চো ইউ ৰেপ ।
As you sow, so you reap.
যেনে কাম, তেনে ফল।

10/ইট ইচ ইউচলেছ টু আৰগু ওইথ এ ফুল।
It is useless to argue with a fool.
মূৰ্খৰ লগত তৰ্ক কৰা বৃথা ।

11/ মাই নেম ইচ অভিজিত বৰা।
My name is Abhijit Bora.
মোৰ নাম অভিজিত বৰা।

12/হোৱেৰ দুই ইউ লিভ?
Where do you live?
তুমি ক'ত থকা?

13/ আই লিভ ইন গুৱাহাটী ।
I live in Guwahati.
মই গুৱাহাটীত থাকো ।

14/হো আৰ চিটিঙ হিয়াৰ?
Who are sitting here?
ইয়াত কোনো বহি আছে?

15/হো আৰ চিটিঙ দেআৰ ?
Who Are sitting there?
‌তাত কোন কোন বহি আছে?

16/মাই চিছতাৰ এনদ ব্ৰডাৰ চিটিঙ দেআৰ।
My sister and Brother sitting there.
মোৰ ভন্তী আৰু ভাইতি তাত বহি আছে।

17/হো ইচ দিচ গ্ৰল?
Who is this girl?
এই ছোৱালী জনি কোন?

18/চি ইচ মাই নাইছ।
She is my niece.
তাই মোৰ ভাগিন।

19/দি বয় ইচ ভেৰি নটি।
The boy is very naugthy.
ল'ৰাটো বৰ দুষ্ট।

20/ প্লিছ গিভ মি দি নিউজ পেপাৰ।
Please give me the newspaper.
অনুগ্ৰহ কৰি বাতৰি কাকতখন দিয়াচোন।

FAQ

আৰু অধিক শিকিবলৈ মোৰ পেজ টো ফল অ কৰিবলৈ নাপাহৰিব।
আশাকৰোঁ আপুনি ইংৰাজী শব্দ অসমীয়াত শিকিবলৈ আৰম্ভ কৰিছে। অতি সোনকালেই জনা হ'ব । মই যিমান পাৰোঁ এনেধৰণৰ নজনা কথা জানাবলৈ চেষ্টা কৰি থকিম ।

www.assamesekobitabur.site




No comments

Powered by Blogger.