Click adila ads

কবিতা "চকলা টেঙা নাখাংঙ" /Assamese kobita Sakala tenga Nakhang/Axomiya kobita/Song Lyrics


অসমীয়া কবিতাবোৰ  :-



     "চকলা টেঙা নাখাংঙ"

কবিতাৰ শিৰোনামা হৈছে" চকলা টেঙা নাখাংঙ"।

কবিতাৰ মূল ভাৱ এনেধৰণৰ এজন ল'ৰাযে এজনী ছোৱালীক আৰু এজনী ছোৱালীযে ল'ৰা জনক জোকাই  জোকাই নিজৰ প্ৰেমিক মনৰ কথা প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে , দুই জনৰ মাজত ধেমালিৰ যোগেদি যি কথোপকথন হয় তাকেই কবিতা আকাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে। কবিতাটো সম্পূৰ্ণ ধেমেলীয়া ধৰণৰ ,ইয়াত লিখা বা কবিতাত প্ৰকাশ হোৱা ভাষা চৰিত্ৰ বা শব্দ কোনো ব্যক্তি, ঠাই লগত কোনো সম্পৰ্ক নাই। কবিতাটো মোৰ নিজা স্বৰচিত কবিতা। কবিতাটো গীতৰ আকাৰে লিখিব চেষ্টা কৰা হৈছে।আশাকৰোঁ আপোনালোকে কবিতাটি পঢ়ি ভাল পাৱ। আহক কবিতাটো পঢ়হো:--

    ......✍️চকলা টেঙা নাখাংঙ ........

........ ল'ৰা.......

 চকলা টেঙা নাখাংঙ ঐ 

চকলা টেঙা নাখাংঙ 

তোৰ প্ৰেমতে পৰি মই 

তেতেলি টেঙা খাংঙ,

অ তুৰে প্ৰেমৰে নিচা

লাগিছে বুকুতে জানা 

ওৰাই ঘুৰাই তাকৰি ঘুৰাই 

কৰিছ পগলা মোকে সদায়।


..... ছোৱালী.....

কমলা টেঙা নাখাংঙ ঐ 

কমলা টেঙা নাখাংঙ 

তোৰ প্ৰেমতে পৰি 

নেমুতেঙা  টেঙা খাংঙ 

অ তোৰেই প্ৰেম ৰে নিচা 

লাগিছে দেহতে জানা

উৰাই ঘূৰাই টাকুৰি ঘুৰাই 

কৰিছ পগলা মোকে আজলী পাই ।



........ ল'ৰা........

বসন্তী ঘৰৰ চুলাই ঐ

বসন্তী ঘৰৰ চুলাই 

এক বাতি খাই দিলে 

নিচা লাগি যায় 

মনৰে বাগিচাত 

ফুলিলে এখোপা 

প্ৰেমৰে ৰঙা গোলাপ  

উৰিছো চগা হৈ 

বিছাৰি প্ৰেমৰ মধুৰ সুৱাস  ।

চকলা টেঙা নাখাংঙ ঐ 

চকলা টেঙা নাখাংঙ 

তোৰ প্ৰেমতে পৰি মই 

তেতেলি টেঙা খাংঙ ।।


......ছোৱালী.....

চেনীৰাম ঘৰৰ আম ঐ

চেনী ৰাম ঘৰৰ আম

হাকুটিৰে জানানে পাৰি পাৰি খাম

এটা যদি খাই পোৱা 

পাহৰিবলৈ বৰ টান ,

মনেৰে সাগৰত ঢৌ উঠিছে 

তোমাক দেহা পাহৰি যাবলৈ 

হ'ব যে বহু টান ।

কমলা টেঙা নাখাংঙ ঐ 

কমলা টেঙা নাখাংঙ 

তোৰ প্ৰেমতে পৰি 

নেমুতেঙা টেঙা খাংঙ  ।।



Written by✍️ Binod Doloi 

www.assamesekobitabur.site



আৰু এটা ধেমালিৰ কবিতা পঢ়ো আহকচোন। কবিতাৰ শিৰোনামা হৈছে "অ' পলি " কবিতাটো সম্পূৰ্ণ ধেমেলীয়া ধৰণৰ হয়। কবিতাটি মোৰ নিজৰ ৰচনা। কবিতাটোত যিবোৰ কাহিনী ,চৰিত্ৰ আৰু শব্দ  ব্যৱহাৰ কৰা হৈছে সেইবোৰ কোনো ব্যক্তিৰ লগত কোনো সম্পৰ্ক নাই। সম্পূৰ্ণ মোৰ নিজৰ স্বৰচিত কবিতা কাহিনী । এই কবিতাটি আপোনালোকে পঢ়ি ভাল পাব বুলি আশা কৰিলো। যদি আপুনি আপোনাৰ কিবা পৰামৰ্শ দিব বিচাৰে তেনেহলে মোক জনাব পাৰিব আৰু কিবা ভুল ক্ৰুতি দেখা পাইছে যদি তেনেতেহলে কমেন্ট যোগেদি জনাব পাৰিব । আহকচোন কবিতাটি পঢ়ি চাও -

       ✍️ Kabita Name 📛 

              " O Poli "


অ' পলি অ' পলি অ' পলি 

তইযে মোৰ জীৱনত লগালি কলি

অ' পলি অ' পলি অ' পলি 

তোৰ প্ৰেমতে পৰি হৈংচঙ লতিঘতি,

খাব খুজঙতে খাব মই নুৱাৰংঙ

শুৱ খুজঙতে শুৱ মই নৰংঙ 

ঘনে মনত পৰি থাকে কথা তুৰে ।।



অ' আপী তই হলি বগা 

মই হলংঙ ক'লা 

তুৰ্ক চাবলৈ যাংঙতে 

বাপেৰে লৈ হাতত নগা দা

দিলে মোক বম খেদা ,

অ' আপী তই হলি দেখাত 

ৰাধাৰ নিচিনা 

মই হলংঙ দেখাত 

খাইলাস ৰাংকচছ ৰাবণৰ নিচিনা ।

অ' পলি অ' পলি অ' পলি 

তইযে মোৰ জীৱনত লগালি কলি

অ' পলি অ' পলি অ' পলি 

তোৰ প্ৰেমতে পৰি হৈংচঙ লতিঘতি ।।



সিদিনা আবেলি পালংঙ গৈ তোৰ পূদুলী

বাপেৰেও আছিলে পূদুলীৰ কোনতে

হাততেই লাঠি লৈ খেন চুপা দি চুপি

মেকুৰীযে নিগনিক দেখা দি

হঠাৎ তোৰ বাপেৰে মোক দেখি

খেদিলে পুলিচে চুৰক খেদা দি ।

বাপেৰেৰ ভয়তে দিল্ংঙ জাপ ভৰা পুখুৰীতে

পানী তলত থকা নজনা হোলে বিন্ধিলে মোৰ কুমল টিকাতে  

অ' পলি অ' পলি অ' পলি 

তইযে মোৰ জীৱনত লগালি কলি,

তুৰ প্ৰেমতে পৰি হৈংচঙ লতিঘতি 

এতিয়া দেখোন যাব নৰা হৈংচঙ

খোজকাঢ়ি তোৰ কাষলৈ বুলি ।।



কবিতাৰ লিখাক/✍️  বিনোদ দলৈ 

E-mail 📩 Binoddoloi143@gmail.com

Any comments please mail 💌 me.

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏✍️











No comments

Powered by Blogger.