Click adila ads

সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ জানো আহক/ Some Assamese general knowledge questions answers/


কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ জানো আহক:-✍️✍️✍️✍️🌍

 ১/ বৰ্তমান ভাৰতৰ প্ৰধান  মন্ত্ৰী কোন?

উত্তৰ: শ্ৰীযুত নৰেন্দ্ৰ মোদি ..।

/বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন ?

উত্তৰ: শ্ৰীমতী দ্ৰৌপদী মুৰ্মু.

৩/ বৰ্ত্তমান ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন ?

উত্তৰ:  শ্ৰীযুত জগদীপ ধনখৰ।

৪/ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন ?

ত্তৰ:  ড° ৰাজেন্দ্ৰ প্ৰসাদ ।

৫/ বৰ্তমান অসমৰ মুখ্যমন্ত্রী কোন? 

উত্তৰ :  ড° হিমন্ত বিশ্ব শৰ্মা ।

পৃথিৱীৰ বিভিন্ন দেশৰ স্বাধীনতা উদযাপন কৰা তাৰিখ  :-

 ১/ ম্যানমাৰ দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ? 

উত্তৰ :- প্ৰতি বছৰে ৪ জানুৱাৰীত ম্যানমাৰ দেশখনে  স্বাধীনতা দিৱস পালন কৰে ।


২/ শ্ৰীলংকা দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ? 

উত্তৰ :-শ্ৰীলংকা ৪ ফেব্ৰুৱাৰীত দেশখনে  স্বাধীনতা দিৱস পালন কৰে ।

৩/ নেপাল দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-১৮ ফেব্ৰুৱাৰীত নেপাল দেশখনে স্বাধীনতা দিৱস পালন কৰে ।


৪/ গ্ৰীচ দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

ত্তৰ :-গ্ৰীচ দেশখনে ২৫ মাৰ্চ তাৰিখে স্বাধীনতা দিৱস পালন কৰে ।


৫/ জিম্বাৱৱে দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-জিম্বাৱৱে দেশখনে ১৮ এপ্ৰিল তাৰিখে স্বাধীনতা দিৱস পালন কৰে । 


 ৬/ দক্ষিণ আফ্ৰিকা দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে ?

উত্তৰ :-দক্ষিণ আফ্ৰিকা দেশখনে ২৭ এপ্ৰিল তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে ।


৭/ পোলেণ্ড দেশখনে কোন তাৰিখে স্বাধীনতা

দিৱস পালন কৰে ?

উত্তৰ :-পোলেণ্ড দেশখনে ৩মে' তাৰিখে স্বাধীনতা দিৱস পালন কৰে ।


৮/আৰ্মেনিয়া দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-আৰ্মেনিয়া দেশখনে ২৮মে' তাৰিখে স্বাধীনতা দিৱস পালন কৰে


৯/ ইটালী দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-ইটালী দেশখনে ২জুন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ।



১০/ ফিলিপাইন দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-ফিলিপাইন দেশখনে ১২ জুন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ।


১১/ আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনে ৪ জুলাই তাৰিখে স্বাধীনতা দিৱস পালন কৰে ।


১২/ ৰাৱাণ্ডা দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-ৰাৱাণ্ডা দেশখনে ৫ জুলাই তাৰিখে স্বাধীনতা দিৱস পালন কৰে ।


১৩/ ফ্ৰান্স দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-ফ্ৰান্স দেশখনে ১৪ জুলাই তাৰিখে স্বাধীনতা দিৱস পালন কৰে ।


১৪ /কলম্বিয়া দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-কলম্বিয়া দেশখনে ২০ জুলাইতাৰিখে স্বাধীনতা দিৱস পালন কৰে।


১৫/ মালদ্বীপ দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-মালদ্বীপ দেশখনে ২৬ জুলাই তাৰিখে স্বাধীনতা দিৱস পালন কৰে ।


১৬/ পেৰু দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :- পেৰু দেশখনে ২৮ জুলাই তাৰিখে স্বাধীনতা দিৱস পালন কৰে ।


১৭/ পাকিস্তান দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-পাকিস্তান দেশখনে ১৪ আগষ্ট তাৰিখে স্বাধীনতা দিৱস পালন কৰে।


১৮/ ভাৰত দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-ভাৰত দেশখনে ১৫ আগষ্টতাৰিখে স্বাধীনতা দিৱস পালন কৰে ।


১৯/ চীন দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-চীন দেশখনে ১০ অক্টোবৰ তাৰিখে স্বাধীনতা দিৱস পালন কৰে ।


২০/ ৰাছিয়া দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :-ৰাছিয়া দেশখনে ৭ নবেম্বৰ তাৰিখে স্বাধীনতা দিৱস পালন কৰে ।


২১/ ইণ্ডোনেছিয়া দেশখনে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে ?

উত্তৰ :- ইণ্ডোনেছিয়া দেশখনে ২০ ডিচেম্বৰ তাৰিখে স্বাধীনতা দিৱস পালন কৰে ।


# এনেদৰে আৰু বহুতো নজনা কথা জানিবলৈ । নতুন নতুন ব্লগ পাই থাকিবলৈ  পেজতো ফ্লঅ কৰিবলৈ নাপাহৰিব।


,,,,,🙏🙏🙏🙏🙏🙏,,,,,,



www.assamesekobitabur.site

 

No comments

Powered by Blogger.