Click adila ads

কাশ্মীৰত ফুৰিবলৈ যাওঁ ব'লা/ তুমি/ৰূপালী জোনাক/কবিতা/Assamese kobitabur/

 


.1............কবিতা................

কবিতাটি যোগেদি ভাৰতৰ ভূ-ৰ্স্বগ কাশ্মীৰ ফুৰিব যাবলৈ ইচ্ছা কৰা ব্যক্তি সকলৰ বাবে, ঠাই সমূহৰ বিষয়ে কবিতাটিৰ যোগেদি অলপ জানিব দিবলৈ চেষ্টা কৰা হৈছে । কবিতাটি মোৰ নিজৰ স্বৰচিত। আশাকৰোঁ কবিতাটি আপোনালোকে পঢ়ি ভাল পাৱ।

কাশ্মীৰত ফুৰিবলৈ যাওঁ ব'লা 
 
থৰ থৰ দেহা কপা জাৰকালি
ৰেল গাড়ীত উঠি ঝগ ঝগ শব্দ শুনি  

গৈ নামিবা জম্মু ৰেল ষ্টেচনত ,

জম্মু পৰা কাশ্মীৰ নহয় বেছি দূৰত

সৰু সুৰা গাড়ী এখন ধৰিৱা 

পাছঁ ছয় ঘন্টাৰ পিছত কাশ্মীৰ গৈ পাবা

বগা বগা হিম চৌপাশ আবৰা 

কদাপি ও নেদেখা দৃশ্য দেখি ভাল লগা,

সেই বাবেই কৈছোঁ বন্ধু তুমাক শুণা মোৰ কথা 

কাশ্মীৰত ফুৰিবলৈ যাওঁ ব'লা.....।





গৰম কাপোৰ ভালকৈ পৰিধান কৰিবা

নহ'লে ঠাণ্ডাত কুনোপৈধে এক্ষন্তেক তাত 

ৰৈ থাকিব নোৱাৰিবা ,

মন মুহি নিয়া আনন্দত দিশহাৰা হোৱা 

তেনেকুৱা ঠাই যদি চাব বিচৰা 

গুলৰ্মাগ, দলজিল,সোনাৰ্মাগ,বাংগাছ ভেলী দৰে ঠাইত কিছু ক্ষিয়ন কতাব পাৰা।

দৰ্শন কৰিবলৈ যদি বিছৰা 

মাতা বৈষ্ণৱী,অমৰনাথ মন্দিৰ দৰে তীৰ্থস্থান আদিলৈ ও যাব পাৰা ,

চাই শেষ কৰিৱ নোৱাৰা আৰু যে বহুতো সুন্দৰ ঠাই কাশ্মীৰত উপত্যকাতে দেখিবলৈ পাবা

ভূ-ৰ্স্বগ বুলি নামেই যাৰ পৰিচিত 

পাহাৰ ভৈয়ামৰ পৰ্বত মালা শুকুলা হিমে আবৰা

সেই বাবেই কৈছোঁ বন্ধু তুমাক

শুণা মোৰ কথা 

...কাশ্মীৰত ফুৰিবলৈ যাওঁ ব'লা..... ।





চ'ত মাহৰ শেষত বসন্তৰ কালত 

ইংৰাজী এপ্ৰিল মাহৰ পহিলা ক্ষিয়নত 

যোৱা যদি ফুৰিবলৈ কাশ্মীৰ দেশত

সেউজ বননি দেখিবলৈ পাবা চৌপাশত,

নানা ৰঙৰ ফুল ফুলি থকা দেখিবলৈ পাবা চৌদিশত

আপেল,আশৰুদ, নাচপতি,চেৰী আদিকে ধৰি 

ক'ত যে ফল মূলে ফুলৰ কলি মলিয়াব গছৰ ডালত।

সেই বাবেই কৈছোঁ বন্ধু তুমাক শুণা মোৰ কথা 

কাশ্মীৰত ফুৰিবলৈ যাওঁ ব'লা,,,,,,।






ডাল ভৰি ভৰি ওলমি থাকা
পকা পকা ৰঙা ৰঙৰ আপেল দেখিবলৈ পাবা
লমা লমে ডাল ভৰি লাগি থকা
অলেশ আখৰুদ গছ চাৰিওঁ ফালে দেখিবা 
আৰু নানা বিধ ফল এক দম সতেজ তাজা তাজা
ফলৰ সোৱাদ ল'বলৈ পাৰিবা     ।
যদি হে আহা জম্মু কাশ্মীৰ দেশত 
নবেম্বৰ ডিচেম্বৰ মাহত,,,,,,
সেই বাবেই কৈছোঁ বন্ধু তুমাক শুণা মোৰ কথা 
কাশ্মীৰত ফুৰিবলৈ যাওঁ ব'লা,,,,,,।

       
Written by    :- Binod Doloi       



২/কবিতা নাম :-



 

""""তুমি" """"

মিঠাত কৈ মিঠা মিচিৰি যেন তুমি

হি্যাৰে ভাল লগা মৰমৰ কন হয তুমি...,

পাৰিজাত ফুল যেন ফুলিছা 

প্ৰেমৰ বাগিচাত তুমি...;

বাৰিষাৰ বৰষাৰ টুপাল যেন 

প্ৰীতি ধালিছা মোৰ ৰক্তে ৰক্তে তুমি...।


মিঠা মুখৰ শুণিলে বাণি 

উল্লাসত মতলিযা হৈ মন

উৰে পাখি মেলি...... ॥

নি-শব্দ নিঃশেষ বুকুত 

লিখা ৰঙিয়াল কবিতাৰ কাহানী তুমি..,

হেজাৰ হেজাৰ যুগ যুগান্তৰ পি্যাষি মনৰ 

প্ৰভাতি প্ৰেমৰ  আভা তুমি.....

চায়াৰ বুকুত হেৰাই যোৱা এচাতি ৰ'দালি  তুমি

গতিৰ মজত ৰৈ যোৱা স্থিৰতা তুমি....॥



ৰাতি ৰাতি তিৰ বিৰাই জিলিকি জ্বলি থকা 
ফৰকাল আকাশৰ তৰা তুমি 
ডাৱৰৰ সৈতে শুকুলা মেঘৰ আৰে আৰে
লুকাই লুকা-ভাকু খেলা জোনালি তুমি,,,।
অন্ধকাৰ জীৱনৰ পথ প্ৰদৰ্শক জোনাকী তুমি 
বাৰ্তাৰ মায়াৰে দেহৰ এলাহক দুৰ দুৰণিলৈ ঠেলি 
দিব পাৰা অলৌকিক শক্তি তুমি ।।



কবিতাৰ কথা ::-

   বিনোদ দলৈ




.3............কবিতা নাম:--..............


           
          "ৰূপালী জোনাক"


ভাল লাগে মোৰ নিশাৰ ৰূপালী জোনাক
মৰম লাগে তুমাক মোৰ কোমল কলিজাত,
জোনাকে নাচিৱ পোহৰ সিচিৱ
তুমি থাকিলে ৰৈ চিৰদিন মোৰ কাষত....।
আলেঙে আলেঙে কিয ৰোৱা দুৰত
মৰম অকন আহি বুলাই দিযা,
শান্ত হওক ক্লান্ত মন ৰৈ যাৱ দিযা 
এই জাজাবৰি ক্ষিয়নত......॥





অস্তিত্ব বিছাৰি সেমেকা ৰাতি 
ক'ত যে ধুৱলি কুৱলি ফালি ,
হাবি বননি নিজান নিঃশব্দ অৰণ্যৰ মাজেদি
সাত সাগৰ তেৰ নদীক নেওঁচি নেওঁচি  ,
অহা না অ মোৰে ৰূপালী জোনাকী তুমি 
সান্নিধ্য দিয়াহি উদাসী মনক তুমি
প্ৰেমময় হওঁক মোৰ ৰং হিন জীৱনী ॥





অ মোৰ ৰূপালী জোনাক
কিয় ৰোৱা মোৰ পৰা তুমি বহু দূৰত 
তুমি অহা লৈ বাট চাই চাই ৰৈ থাকো
নিতৌ সন্ধিয়া থিয়হৈ বাহিৰলৈ চাই খিৰিকীৰ কাষত,।
তুমি যে বৰ দুষ্ট মোৰ মন নুবুজ
মোৰ মনৰ আন্ধাৰৰ কথা 
তোমাৰ বাহিৰে কোনে পাব বুজি
নিশাৰ সাৰথি তোমাকেই ললো বাছি...।।


 




                    কবিতাৰ লিখক :

                             বিনোদ দলৈ
         ঠিকনা :টোপাতলি কামৰূপ(ম)অসম
         





No comments

Powered by Blogger.