মন মোৰ উৰি য়াই। Assamese poem/Assamese kobita"/Tumar Premot"/তুমাৰ প্ৰেমত💗/Assamese poem..
"মন মোৰ উৰি য়াই"
মন মোৰ উৰি য়াই
পখিলা ভোমোৰাক চাই...
মন মোৰ ভাল লাগি যাই
হাবি বননিৰ ফুলক দেখি সদায় .
হেজাৰ হেজাৰ প্ৰান্তত
আহিলো মনক ফুৰাই
নিজ জন্মভূমিৰ দৰে
ক'তো নাপালো বিছাৰি ঠাই....॥
ডালৰ চৰাই হেজাৰ হেজাৰ মাইল
পেতৰ ভোকত খাদ্য বিছাৰি যাই
সন্ধিয়া নিজৰ সজালৈ আহে ওভতি সদায়..
লাখ বেয়া হলেও নিজৰ জন্মভূমিক
নাপাহৰে কোনো জনায়
মা'ৰ মৰম মা'ৰ চেনেহৰ দৰে
সমতুল্য এই পৃথিৱীতেই কোনো নাই...
জন্ম দিয়া মাতৃ দৰে
হৱ নোৱৰে ডাঙৰ
এই পৃথিৱীত কোনো জনাই..
আপোন জনৰে খাই
আপোনা জনৰে বেয়া গুণ
আনৰ আগত গাই
সেইজনাৰ দেৰে শত্ৰু আৰু
পৃথিৱীত কোনোয়েই নাই......॥
ৰূপৰ মূল্য মাথো কিছু দিনিয়া ..
গুণৰ মূল্য জানি লৱা চিৰযুগমী্যা ...
বেয়াৰ প্ৰভাব শীঘ্ৰে চৌপাশত বিয়পি য়াই
সত্যৰ পোহৰ আকৌ লাহে লাহে হে প্ৰকাশ পাই
গছ ৰূপন কৰি গছৰ চাঁ আৰু ফলৰ ভোগ কৰিৱ
কোনো কোনো ভাগ্যবান জনেহে পাই
বহুজেন আকৌ আনৰ কস্তৰ ফলত
আনৰ ওপৰতেই ৰজা হুৱা দেখা যাই.. ॥
written by Binod Doloi
"Tumar Premot"/তুমাৰ প্ৰেমত💗/Assamese poem..
ৰাতি ৰাতি সদায়
টোপনিত সপোন দেখোঁ তোমাক
অ মোৰ জান....,
নকৰিবা অভিমান
দেখোঁতে দেখোঁতে সপোন
পূৱৰ বেলি পশ্চিমলে যায ..।
শুই উঠোতে সদায় দেৰি হয
সে্যেহে মায়ে মোক কয়
ৰামায়ণৰ কুম্ভকৰ্ণ নেকি তই .?
বেকাকৈ তোমাৰে চাওঁনি
মিঠাকৈ তোমাৰে হাঁহি
বুকুত মাৰিছা বিজুলীৰ গাজনি...,
অ মোৰে জোন জনি
তুমি স্বৰ্গীয় অপ্সৰা মেনকা নেকি?
সপোনত আহি দুচকুত ভাহি
ঘনে ঘনে কৰাহি আমনি
ভাবিলে লাগে ভাল
সানিছা বুকুত মায়া জাল...॥
যিদিনা আহিবা তুমি দীথকত
সিদিনা সপোন ভাঙি জীৱন হৱ বাস্তৱত
ফুলিব চাগে হেজাৰ হেজাৰ প্ৰেমৰ গোলাপ
মোৰ মনৰ ফুলনিৰ বাগিচাত।
পূবৰ বেলি উদয় নহওঁতে চকু মেল খাব
ঘোৰ আন্ধাৰতো চাগে টোপনি হেৰাব ।
কবিতাৰ লিখক
বিনোদ দলৈ
Post a Comment