Click adila ads

Moi o tumakei bhal pao khun/ Premor kobita/মই ও তোমাকেই ভাল পাওঁ সোন/প্ৰেমৰ কবিতা/Assamese romantic poems

 Moi o tumakei bhal pao khun/ Premor kobita/মই ও তোমাকেই ভাল পাওঁ সোন/প্ৰেমৰ কবিতা/Assamese romantic poems ..

তুমি হয় তুমি

 ভাল লগা মানুহজনেই তুমি

যাক লৈ সপোন দেখিছিলো,

সেই সপোনৰ বাস্তবেই তুমি 

তোমাৰ সেই চাৱঁণীত মই যেন হেৰাই যাওঁ

আছা বিয়পি মোৰ হিয়াৰ মাজে মাজে

প্ৰতিটো খোজতেই আছা তুমি মোৰ ছায়াৰ দৰে


মাজ নিশা দেখোঁ মই তোমাক সপোনতে

উঠে চিঞৰি  মন মোৰ অজানীতে

পাওঁ বিছাৰি তোমাক মই প্রতিটো উশাহতে 

উজাগৰী নিশাবোৰ বৰ দিঘল 

সপোনবোৰৰ লগত থাকিলে উজাগৰী 

নিশাবোৰও খুবেই সুমধুৰ হয় 

তোমাৰ অবিহনে মোৰ যেন

সপোনবোৰ আধৰুৱা হৈ ৰয় 


বেছি আপোন নকৰিবাও মোক মোৰ সোণ

যদি সপোনবোৰ দিঠক নহয় 

মই আধৰুৱা সপোন হৈ ৰম  

অধৰুৱা সপোন বুকুত বান্ধি জীৱনটো কটাম 

সপোন আধৰুবা হলেও জানা মোৰ সোন

 তথাপিও মই তোমাকেই চিৰদিন চিৰ কাল ভাল পাম ॥





  কবিতাৰ লিখক :দময়ন্তী দেৱী

                 ঠিকনা:

টোপাতলি কামৰূপ (ম)অসম 

Powered by Blogger.