Click adila ads

কবিতা :-০১ /ফুল ফুলে ফুলনিত/কবিতা :-০২ / অ জান ঐ নাপালোং/অসমীয়া কবিতা lyrical

 

.....কবিতা..০১ ...(lyric)

.. "ফুল ফুলে ফুলনিত"...


ফুল ফুলে ফুলনিত 

ফুটুকা ফুটুকি....

তুমি মোৰ মন আকাশৰ

কুলি কেতেকী ...


ফুল ফুলে ফুলনিত 

ফুটুকা ফুটুকি....

তুমি মোৰ মন আকাশৰ

কুলি কেতেকী....

গছৰে ডাল দেঁখি লাগে ভাল

তুমি মোৰ তুমি মোৰ 

ভালৰো ভাল ....।


ফুল ফুলে ফুলনিত 

ফুটুকা ফুটুকি....

তুমি মোৰ মন আকাশৰ

কুলি কেতেকী .........




চিক্ মিক্ কৈ তৰা জ্বলে 

ৰাতিৰ আকাশত

ৰিপ ৰিপ কৈ বতাহ বলে 

ফাগুনৰে বতৰত.....

গছৰে ডাল দেখি লাগে ভাল 

বিহুৰে তলিতে 

তোমাক দেখি 

লাগে ভাল......। 


ফুল ফুলে ফুলনিত 

ফুটুকা ফুটুকি....

তুমি মোৰ মন আকাশৰ

কুলি কেতেকী ...



ধিপ ধিপকৈ 

বুকু কপে ..

তোমা্ৰে মৰমত 

চিৰিং চিৰিং কৈ

হিয়া জ্বলে....

তোমাৰে চেনহত..

গছৰে ডাল দেখি লাগে ভাল...

তুমি মোৰ উকা জীৱনৰ 

সোণালী ধান......


ফুল ফুলে ফুলনিত 

ফুটুকা ফুটুকি....

তুমি মোৰ মন আকাশৰ

কুলি কেতেকী .......




লিখক : বিনোদ দলৈ...






.....কবিতা..০২ ...(lyrics)

...."অ জান ঐ ..নাপালোং"....


অ....অ....অ ..


অ জান ঐ নাপালোং

তোমাক মৰম দিব নাপালোং


অ জান ঐ নাপালোং

তোমাক মৰম দিব নাপালোং


অ জান ঐ নাজানিলোং

মাৰম দিব নাজানিলোং....

বিয়াখন পাতিম বুলি 

ভাবোতে ভাবোতে  ....

বিয়াখন পাতিম বুলি

ভাবোতে ভাবোতে ...

লাগাই কিনো খেলি মেলি খন জান ঐ...

গলাগৈ মোকে এৰি থৈ....

অ জান গলাগৈ মোকে এৰি থৈ

অ জান ঐ নাপালোং

তোমাক মৰম দিব নাপালোং.....



অ পথাৰৰ শুৱাণি 

অ জান ঐ

সোণালী ‍ধাননি ...

মৰম মোক দিছিলা 

অ জান ঐ 

চেনাই চেনাই বুলি....


অ পথাৰৰ শুৱাণি 

অ জান ঐ

সোণালী ‍ধাননি ...

মৰম মোক দিছিলা 

অ জান ঐ 

চেনাই চেনাই বুলি....

ধুনী ল'ৰা পোৱা দেঁখি

হলা তুলি বহু সলনি..

ধুনী ল'ৰা পোৱা দেঁখি

হলা তুলি বহু সলনি...

কথায়ে কথায়ে প্ৰতাৰণা কৰি থৈ

গাল গৈ মোকে এৰি থৈ

অ জান ....

গাল গৈ মোকে এৰি থৈ...

অ জান ঐ নাপালোং

তোমাক মৰম দিব নাপালোং.....




লিখক : ---

অমিত কোঁৱাৰ আৰু যদু গাৰু..।



     চেনি ৰাম  :

পুঠি মাছৰ মৰমত নপাতিলং
বিলতে মই জাল ...।
তোমাক মই ভাল পাঙ কৰণে
নাপাংঙ মই আনক ভাল 
তথাপিও তুমি নোবুজা কিয় 
নহঙ মই চেনি ৰাম ..
নহয মই চেনি ৰাম.....





No comments

Powered by Blogger.