Click adila ads

Assamese jathuwa thus/অসমীয়া জতুবা ঠাঁচ


আপোনালোক মই কইটামান জতুবা সাথৰ সুধিম জানিলে comments কৰি জনাবো আৰু নাজানিলে ও Comment t সুধিব ।  

 

Assamese jathuwa thus/অসমীয়া জতুবা ঠাঁচ 

১/

*গছ কাটো বুলি

                 হাবিলৈ গলো

গছো আছে মৰি

                        ফলো আছে ধৰি   ।



উত্তৰতো কি হয় বাৰু ?




নম্বৰ ২  জতুবা ঠাঁচ 


আমি যেতিয়া যিকোনো জীৱ এটাৰ মাংসৰ আঞ্জা খাওঁ ।

তেতিয়াই যদি কোনোৱাই সুধে 

কি আঞ্জা দি ভাত খালা ? 

তেতিয়া আমি কও মুৰ্গী খালে

কওঁ মুৰ্গী মাংস খালো

ছাগলী খালে চাগলী মাংস বুলি কওত তেনেদৰে যি জীৱৰে মাংসৰ আঞ্জা খাওঁ তাৰেই নাম সহ কও! কিন্তু এনে এবিধ জীৱ আছে তাৰ মাংস ৰ আঞ্জা খাও য়দি তেতিয়া কিন্তু জীৱ বিধৰ নাম হে কও  ! 

সেই জীৱ বিধৰ নাম কি বাৰু ?


উত্তৰ:- ?হয় কমেন্টত জনাম।

৩/ নম্বৰ জতুবা ঠাঁচ :-


মাক হৈছে জুতুলা মুতুলা 

                     পুতেক হৈছে চকা টিকিলা ...

যিয়েই খাই সিয়েই পায় মছলা 

                        বেছিকৈ খালেই কাণেৰে পোৱা যায়

জাহাজৰ শব্দ শুণা   ...।


উত্তৰ  :?।



৪/ নম্বৰ জতুবা ঠাঁচ ...


মানুহৰ দেহত কিমানটা ফুটা আছে  ?

উত্তৰ  : ? ...



/ নম্বৰ জতুবা ঠাঁচ ....

তোমাৰ লগত এনেকুবা এটা বস্তু আছে 

তুমিও নিজেও ব্যৱহাৰ কৰা ।

প্ৰয়োজন অনুশাৰে কিন্তু তোমাতকৈ

আনেহে বেছি তোমাৰ কাৰণে বেছি ব্যৱহাৰ কৰে তাকো সদায়ই ব্যৱহাৰ হয় ।

সেইটো কি বস্তু হয় বাৰু ....?


উত্তৰ :- ? ।


 অসমীয়া জতুবা  ঠাঁচ 


৬ /  কেচাঁত ধিলা পকাত টান, 
                                বছৰে বছৰে কাতে কাণ  ॥ 
       ইযাৰ  উঃ  কি হয় বাৰু?




উত্তৰ টো ভালকৈ বিছাৰিলে ছবি খনতে পাব ।



উত্তৰ্ : ?



৭/.    ......**জীয়তটো  নজপায় পাখি 

 মৰিলেও নজপা্য পাখি !

ইয়াৰ উত্তৰ্ কি বাৰু???




উত্তৰ্ : ?।


3/.  অসমীয়া জতুবা ঠাঁচ 


  1. *কাছৰ  দৰে বুকু
  2.          বাঘৰ দৰে চকু
  3. হাবিত থাকে 
  4.           তেজ নাখায়
  5. ঘা-বনহে খায়.......
  6.  জতুবা ঠাঁচৰ উত্তৰ কি হয়  ??

 নাৱ চোন কমেন্ট কৰি....



           উত্তৰ্ :?

                

















উত্তৰ সমুহ:-



1/উত্তৰ :কোমোৰা ।

2/উত্তৰ :- মাছ ।

৩/ উত্তৰ : ফিৰিঙি জলকীয়া।

৪/উত্তৰ  : ৯ টা ।

৫/উত্তৰ :- নাম ।

৬/উত্তৰ্ : আলি /পথাৰৰ আলি ।

৭/উত্তৰ্ : জিঞা /উৰাজাহাজ।

৮/উত্তৰ্ :ফৰিং।

No comments

Powered by Blogger.