কবিতা । ছোৱালীৰ মন/ poem / Suwalir mon/ Assamese kobita
Assamese kobitabur /Name : "Suwalir Mon"
কবিতা: "ছোৱালীৰ মন"
হেৰা ভন্তি ! এপাচি শাকত এচামুচ লুনৰ
কোনো কাম নাই
এহেজাৰ জনৰ লগত প্ৰেম কৰিলে
সেই প্ৰেমৰো কোনো মুল্যয় নাই ..
তহঁত ছোৱালী বোৰ যেন পলু পোকৰ জাত
এজোপা গছৰ পাত খাই
আন এজোপা গছত লাহে কৈ যোৱা বগোৱাই ..
তহঁত ছোৱালীবোৰে লৈছা ভাবি
নিজকেই লাগাম নোহুৱা ঘুৰা বুলি ...
তহঁতক লগাবলে নাকত নাকি
যোৱা নাই আমাৰ দৰে ডেকাবোৰ মৰি
এ মইনা ! তহঁত যদি পাতে পাৰে
আমিওঁ ডালে ডালে....
এৰি দি্যা জাতৰ নহয়...
আমিও কাকো ইমান সহজতে ......
হোটেল'ত গৈ কিমানযে
চাওঁমিন ম'মহ খালি ,
বাইকৰ পিছত উঠি ..
কিমান যে প্ৰেট্ৰল জ্বলালি
ৰাতি ৰাতি ফো'ন-কল কৰি
বহু টুপনি খতি কৰালি
চপিংঙ মলত গৈ চপিংঙ কৰি কৰি
কিমান জনৰ পকেট খালী কৰিলি ।
ভাল ল'ৰা চাকৰি কৰা
টকা পইচা থকা
পালে চহকী ঘৰৰ ধনী ডৰা,
বহু দিনিয়া প্ৰেমিক আহি কবা
exquse me দাদা ...
নোৱাৰু পেলাব মা-দেউতাৰ কথা..
চাইছে কোনোবা দুৰনিৰ ডৰা।
poem written by :Binod Doloi
বাতি ভৰাই চিৰা খাবি (বিহু গীতটিৰ কথা )
BATI BHORAI
Singer :Zubeen Garg/ Bhitali das
.......male......
বাতি ভৰাই চিৰা খাবি বাহৰ চুঙাৰ দৈ
বাহৰ চুঙাৰ দৈ ঐ
বাহৰ চুঙাৰ দৈ
জুইশালতে জুতি লবি হজাবাতি লৈ
হাজ বাতি লৈ ঐ
হাজ বাতি লৈ
(...বাতি ভৰাই চিৰা খাবি বাহৰ চুঙাৰ দৈ
বাহৰ চুঙাৰ দৈ ঐ
বাহৰ চুঙাৰ দৈ
জুইশালতে জুতি লবি হজাবাতি লৈ
হাজ বাতি লৈ ঐ
হাজ বাতি লৈ...)
ঐ বিযা পাতি জুতি লবি জাৰৰ দিনত ঐ
কেথা কম্বল লৈ ঐ
কেথা ক্মল লৈ......
(...কেথা কম্বল লৈ ঐ
কেথা কম্বল লৈ......)
......ছোৱালী......
পইতা কন ঘৰত খাবি জুতি পুতি লৈ
জুতি পুতি লৈ ঐ
জুতি পুতি লৈ
দৰা বাছি বাছি থবি গাভৰুতে ঐ
গাভৰুতে ঐ
গাভৰুতে ঐ
(......পইতা কন ঘৰত খাৱি জুতি পুতি লৈ
জুতি পুতি লৈ ঐ
জুতি পুতি লৈ
দৰা বাছি বাছি থবি গাভৰুতে ঐ
গাভৰুতে ঐ
গাভৰুতে ঐ....)
ঐ বিযা পাতি জুতি লবি জাৰৰ দিনত ঐ
কেথা কম্বল লৈ ঐ
কেথা কম্বল লৈ......
(....কেথা কম্বল লৈ ঐ
কেথা ক্মল লৈ......)
......লৰা....
জুকি ভৰাই ফুল আনিবি জৱা খৰিকা জাই
জৱা খৰিকা জাই ঐ
জৱা খৰিকা জাই
মোনা ভৰাই শাক আনিবি লফা ধেকীযা লাই
লফা ধেকীয়া লাই ঐ
লফা ধেকীযা লাই
(......জুগি ভৰাই ফুল আনিবি জৱা খৰিকা জাই
জৱা খৰিকা জাই ঐ
জৱা খৰিকা জাই
মোনা ভৰাই শাক আনিবি লফা ধেকীযা লাই
লফা ধেকীয়া লাই ঐ
লফা ধেকীযা লাই....)
ঐ ছোৱালী আনিবি ককাই তপিনা দাঙৰ চাই
তেহে বেছি দিন যাই ঐ
তেহে বেছি দিন যাই
(........তেহে বেছি দিন যাই ঐ
তেহে বেছি দিন যাই.......)
.....ছোৱালী....
লাজুকি বন নুচুবি ককাই চুলে জয পৰে
চুলে জয় পৰে ঐ
চুলে জয় পৰে
দমৰা ডেকাই ছোৱলী জুকাই ফিতাহি মাৰি ফুৰে
ফিতাহি মাৰি ফুৰে ঐ
ফিতাহি মাৰি ফুৰে...
(.......লাজুকি বন নুচুবি ককাই চুলে জয পৰে
চুলে জয় পৰে ঐ
চুলে জয় পৰে
দমৰা ডেকাই ছোৱলী জুকাই ফিতাহি মাৰি ফুৰে
ফিতাহি মাৰি ফুৰে ঐ
ফিতাহি মাৰি ফুৰে...)
ঐ বিয়া পতাৰ দুদিনত লেৰেলি সুকাই পৰে
আধা
মৰা যেন লাগে ঐ
আধা মাৰা যেন লাগে...
(.....আধা মৰা যেন লাগে ঐ
আধা মাৰা যেন লাগে...
আধা মৰা যেন লাগে ঐ
আধা মাৰা যেন লাগে.....)
Post a Comment