Click adila ads

Ritu loga mon/Assamese kobita/ঋতু লগা মন /অসমীয়া কবিতা /


ঋতু লগা মন

তুমি মোৰ মন আকাশৰ চিলা

মই যেন তুমাৰ ফাগুনী মলযা ।

ৰ'দালিৰ পৰশ পাই তুমি জিলিকিলা 

তাকেই দেখি মন মোৰ হল উতলা॥

ৰঙা ৰঙা পলাশ মদাৰ ফুলিলা 

দেখি দেহ মন মোৰ হল পগলা ॥


উদাং উদাং লাগে মোৰ হিয়া

চৌপাশে দেখোঁ মাথো নগ্ন হিয়া ।

নাই কুঁহিপাত ডালে ডালে 

ঘা-বন শুকালে নৈ জান জুৰিৰ পাৰে পাৰে ॥

দেহ মন  কপে প্ৰতিতো নিশাহে নিশাহে

দুৱৰিৰ চকুলো সেমেকে প্ৰতিতো প্ৰভাতে প্ৰভাতে॥



যৌবনৰ পুৱতি বেলাতে ফুলিলে  কপৌফুল 

সেউজী সাজেৰে কৰিলা মন বিয়াকূল..।

আনন্দত মাজগোল বসন্তৰ বতৰ অনুকুল

ভূপৃষ্ঠই জুৰিলে গান বাৰিষাতে পাই প্ৰাণ

শৰততে কৰো দেৱ দেবীলৈ পূজা পাৰ্বণ

উলহ মালহৰে ভৰি পাৰে সকলোৰে মন.....॥





দ্ৰব্য :  (জনাৱ কেনে পালে মোৰ কবিতাটি পঢ়ি)


লিখক :বিনোদ দলৈ 

ঠিকনা :টোপাতলি, কামৰূপ মানগৰ, অসম





যুদ্ধ (bihu song)

singer: pran deep




--লৰা .....


মোৰ মনে কয

মোৰ হবি তই

মন ভৰা কৈ 

মৰম কৰিম মই


অ হ কয মনে কয 

মোৰ হবি তই

মৰম কৰু মই 

আহ কাষ লৈ

নাচি নাচি আহি

নাচনী পাখিলা

হাঁহি হাঁহি খালি 

বুকুৰে কলিজা 

মইনা জান ভুলতু তই

নাভাবিবি এৰি যাম

জান ঐ জান 

তই মোৰে জান

মই তুক নাপালে 

যাম মৰি যাম

     


---ছোৱালী--....


পাখি লগা পখিলা মই

পাখি লাহি মন

বাঢ়ি অহা দেহাতিত

কুমলকৈ যৌবন ।


---লৰা---

ভালপালে পা 

সঁচাকে পা

য দেহে মনে পা

নাপা যদি যা 

আতৰি যা

ঐ কিনো কৰো চা

ঐ আৰে যুদ্ধ হৱ মৰমৰে 

যুদ্ধ হৱ যৌবনৰে



ই ঐ যুদ্ধ হৱ তযা মযা 

যুদ্ধ হৱ দিযা লোৱা..

নাচি নাচি আহি

নাচনী পাখিলা

হাঁহি হাঁহি খালি 

বুকুৰে কলিজা 

মইনা জান ভুলতু তই

নাভাবিবি এৰি যাম

জান ঐ জান 

তই মোৰে জান

মই তুক নাপালে

যাম মৰি যাম


......music...


.....লৰা...

মোৰ জান ...ঐ ....

১, ২, ৩, অ হ

৪ ঐ ৫ ছয়গাওঁ ছোৱালী

ছুপতি নলবি চেনিপুঠী মাছ

আকৌ ৭ নে ৮

 নগায়া নাচি মততে মিচিৰি 

বুকুত বহায সাচ


নাচি নাচি আহি

নাচনী পাখিলা

হাঁহি হাঁহি খালি 

বুকুৰে কলিজা 

মইনা জান ভুলতু তই

নাভাবিবি এৰি যাম


জান ঐ জান 

তই মোৰে জান

মই তুক নাপালে

যাম মৰি যাম 

অ হ জান ঐ জান 

তই মোৰে জান 

মই তুক নাপালে 

যাম মৰি যাম....











 



 

Powered by Blogger.